← ফুৰি যাওক

উভঙা

ubhaṅā

অৰ্থ

1.

ওভতা; নিমজ নোহোবা; খহটা

rough

বিণ.

2.

কৰ্কশ; আসুৰিক

harsh; unkind

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উভঙা · অসমীয়া অভিধান