← ফুৰি যাওক

অৰ্থভাণ্ডাৰ

or.tho.bhan.dar

অৰ্থ

1.

ৰাজ্য এখনৰ ৰাজহ আৰু ৰাজহুৱা পূঁজি পৰিচালনা বা ব্যৱস্থাপনা কৰা বিভাগ, অথবা তেনে কাম কৰা স্থান

Department managing public funds and revenue of a state or a place for these purposes

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৰ্থভাণ্ডাৰ · অসমীয়া অভিধান