← ফুৰি যাওকএই হেতুei xe.tuঅৰ্থ1.উক্ত কাৰণতfor that reason, in consequenceক্ৰিয়া বিশেষণসমাৰ্থক শব্দএই কাৰণে · ei ka.ro.neএই নিমিত্তে · ei ni.mit.teএইদেখি · ei.de.khiএইবাবে · ei.ba.beকাজে-কাজে · ka.je-ka.jeফল-স্বৰূপে · phol-swo.ru.peযাৰ বাবেসেই গতিকে · xei go.ti.keসেই গুণে · xei gu.neসেই হেতু · xei he.tuসেই হেতুকে · xei he.tu.keসেইকাৰণে · xei.ka.ro.neউৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ