← ফুৰি যাওক

হিলৈ গুটি

hi.loi gu.ti

অৰ্থ

1.

শিল, সীহ বা টান মাটিৰে তৈয়াৰী বৰটোপৰ গুলি।

Musket ball is a round ball, made of stone or lead used to muzzle-loaded into the barrel of the musket.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হিলৈ গুটি · অসমীয়া অভিধান