← ফুৰি যাওক

নটুৱা

no.tuwa

অৰ্থ

1.

থিয়েটাৰ, মঞ্চ আদিত অভিনয় কৰা অভিনেতা বা অভিনেত্ৰী ৷

An actor or actress who acts in a dramatic production and who works basically theatre and/or stage shows.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

সত্ৰীয়া পৰম্পৰাৰ নৃত্য বিদ্যালয়ত নৃত্য কলা শিকি নামঘৰৰ সকলো নৃত্যানুষ্ঠানত নাচিবৰ যোগ্যতা প্ৰাপ্ত লোকসকল৷

a person who successfully undergoes training of dancing according to the Satriya tradition, and qualifies to dance in all kinds of performances in the Naamghars.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ