উপাসা
অৰ্থ
1.
বৰ লোকত কৰা খাটনি, সেবা, ভাৰসা
dependence; service
বি.
2.
উপাসনা; পূজা; যেনে-"সদানন্দ সনাতন হেনয় কৱষ্ণৰ সদা উপাসা কৰোহোঁ হৱদয়ত" (নাম-ঘোষা)।
বি.
3.
(পু. অ.) উপবাস।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ