নৱমী
no.bo.mi
অৰ্থ
1.
আহিন মাহৰ শুক্ল পক্ষৰ নৱমদিনৰ তিথি৷ দুৰ্গা পূজাৰ চতুৰ্থ দিন।
the nine lunar day of the bright fortnight and penultimate day of Dugra puja.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
অমাৱাস্যা বা পূৰ্ণিমাৰ পাচৰ নৱম দিন৷
he eight day of the lunar half of the month. (after bright or dark fortnight)
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ