← ফুৰি যাওক

উপাস্

upās

অৰ্থ

1.

পূজা কৰ্; ভজ্; সেবা কৰ্; বৰকৈ খাট্; ভক্তি কৰ্

worship; serve; adore

সক. ধা.

2.

অপেক্ষা কৰ্; কাৰো ওপৰত নিৰ্ভৰ কৰ্; যেনে-বুদ্ধিক নুপাসে মহৌষধিৰ শকতি (কীৰ্ত্তন)

to wait for; to depend on something

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপাস্ · অসমীয়া অভিধান