← ফুৰি যাওক

শাক পাচলি

xak pa.so.li

অৰ্থ

1.

ঠাৰি আৰু কোমল কুঁহিপাতৰে সৈতে খাদ্য হিচাবে ব্যৱহাৰ কৰা পাত জাতীয় পাচলি৷

Some edible variety of green leaf, leaf & shoots and often with stem.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শাক পাচলি · অসমীয়া অভিধান