← ফুৰি যাওক

উপামুবা

অৰ্থ

1.

(পু. অ.) তুলনাৰ যোগ্য; যেনে-"সুন্দৰ কানুক ৰূপ একুতিল তবহু কৈছে উপামুবা" (বৰগীত)

fit to be compared

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপামুবা · অসমীয়া অভিধান