← ফুৰি যাওক

উপহাৰ

upahāra

অৰ্থ

1.

উপঢৌকন; সম্মান কৰি দিয়া বস্ত্ত বা ভেটি

a present to a superior

বি.

2.

দেবতাক দিয়া খাদ্য; নৈবেদ্য

to offering to a god

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপহাৰ · অসমীয়া অভিধান