পিছফাল
pis.phal
অৰ্থ
1.
মানৱ দেহৰ পশ্চাদ অংশ, বিশেষকৈ ডিঙিৰ পৰা ৰাজহাড়ৰ শেষলৈকে; সন্মুখফাল বা মুখৰ বিপৰীত ফাল।
the rear part of the human body especially from the neck to the end of the spine; the side or surface opposite the front or face.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ