← ফুৰি যাওক

অৱসৰ

o.bo.xor

অৰ্থ

1.

নিজৰ কাৰ্য্য বা বৃত্তিৰ পৰা নিষ্কৃতি পোৱা বা অৱসান হোৱা৷

the state of being retired from one's business or occupation.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

জিৰণি বা আৰামৰ বাবে লোৱা বিৰতি৷

Interval of rest or relief.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৱসৰ · অসমীয়া অভিধান