উপসৰ্গ
upasarga
অৰ্থ
1.
ধাতুৰপৰা হোবা শব্দৰ লগত যোগ হৈ নানা অৰ্থৰ উৎপত্তি কৰা শব্দ [এই উপসৰ্গ
বি.
2.
টা; যেনে-প্ৰ, পৰা, অপ, সং, নি, অব, অনু, নিৰ্, দুৰ্, বি, অধি, সু, উৎ, পৰি, প্ৰতি, অতি, অপি, অভি, উপ, আ]
a prefix
বি.
3.
এটা ৰোগৰপৰা হোবা আন এটা ৰোগ; যেনে-"জ্বৰৰ উপসৰ্গ মূৰৰ বিষ"
a disease that naturally accompanies another; a sympathetic disease; complications connected with a disease or illness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ