← ফুৰি যাওক

গাহৰি চৰ্দি

ga.ho.ri sor.di

অৰ্থ

1.

গাহৰিৰ শৰীৰৰ পৰা অহা ভাইৰাচৰ বাবে হোৱা এবিধ জ্বৰ৷

Swine influenza is an infection of a host animal by any one of several specific types of microscopic organisms called "swine influenza virus". A swine influenza virus (SIV) is any strain of the influenza family of viruses that is usually hosted by (is endemic in) pigs.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গাহৰি চৰ্দি · অসমীয়া অভিধান