অহং
o.hong
অৰ্থ
1.
বক্তাজনে তেওঁকে/তাইকে (নিজকে) বুজোৱা শব্দ|
refers to the speaker himself/herself.
সৰ্বনাম
সমাৰ্থক শব্দ
2.
মই আৰু মোৰ ভাৱ; মই কৰোঁ, মোৰ বস্ত্ত, এনে ভাৱৰ পৰা ওপজা অহঙ্কাৰ
the feeling that one is the doer of his actions and owner of his possessions
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ