← ফুৰি যাওক

কৰ্ণমূল

kor.no.mul

অৰ্থ

1.

কাণৰ তল অংশৰ পৰা গাল ফুলি উঠা এবিধ শিশু ৰোগ ৷ গাল আৰু ডিঙি উখহাৰ লগে লগে অত্যন্ত বিষ আৰু জ্বৰ উঠে ৷ খোৱা-বোৱাত কষ্ট হয় ৷

Mumps is a viral disease of the human, caused by the mumps virus. It is a common childhood disease. Painful swelling from neck to cheak, at the same time fever and headache are primary symptoms of mumps.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কাণৰ ভিতৰত থকা মাদল বা ঢোলৰ ছালৰ দৰে থকা পাতল ছাল ৷

A thin membrane that separates the external ear from the middle ear. Its function is to transmit sound from the air to the ossicles/bonelets inside the middle ear.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কৰ্ণমূল · অসমীয়া অভিধান