← ফুৰি যাওক

উত্তৰণ

ut.to.ron

অৰ্থ

1.

কোনো উচ্চ পদবীলৈ উঠা

A rise to a higher office, rank, etc.

কৃদন্ত বিশেষ্য

2.

কোনো ব্যক্তিক বিপদজনক বা অৱৰুদ্ধ অৱস্থাৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ অনা কাৰ্য্য

the act of transporting somebody from a dangerous or trapped location to a safer location

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উত্তৰণ · অসমীয়া অভিধান