← ফুৰি যাওক

চামচৰিয়া

sam.so.ri.ya

অৰ্থ

1.

এবিধ দীঘল বৰ ঘণ নোমেৰে বিছা৷ সাধাৰণতে কলগছত পাত খাই থকা দেখা যায়৷

a kind of long hairy caterpillar.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চামচৰিয়া · অসমীয়া অভিধান