← ফুৰি যাওক

অগ্নিস্ফুলিঙ্গ

og.nis.phu.ling.go

অৰ্থ

1.

জুই বা অঙঠা আদিৰ পৰা নিৰ্গত হোৱা জলন্ত কণা৷

Fiery particle thrown from a fire, alight in ashes, or produced by a flint, match etc.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অগ্নিস্ফুলিঙ্গ · অসমীয়া অভিধান