← ফুৰি যাওক

ক্ষত্ৰী

khyo.tri

অৰ্থ

1.

হিন্দুৰ বৰ্ণশ্ৰম ধৰ্ম অনুসৰি কৰা প্ৰাচীন সামাজিক শ্ৰেনী বিভাগ মতে ৰাজ্য শাসন,দেশ ৰক্ষা আদিৰ দায়িত্বত থকা লোক ।

according to the old Varnasrama classification of Hindu society,a man of the second or military class of the society.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ক্ষত্ৰী · অসমীয়া অভিধান