← ফুৰি যাওক

উপনিষদ

upaniṣada

অৰ্থ

1.

বেদৰ যি খণ্ডত ঈশ্বৰ সম্পৰ্কে আলোচনা আছে; বেদান্ত; ব্ৰহ্মবিদ্যা; বেদৰ জ্ঞানকাণ্ড

theological or argumentative part of the Vedas; the Vedānta philosophy

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ