← ফুৰি যাওক

বন-হালধি

bon-ha.lo.dhi

অৰ্থ

1.

আপুনা আপুনি হোৱা এবিধ হালধি৷ ই মানুহে ৱ্যবহাৰ কৰা হালধি বিধতকৈ বেচি ৰঙচুৱা ৷ ইয়াক মানুহে খোৱাৰ বাবে ৱ্যবহাৰ নকৰে ৷

a kind of wild turmeric. It is more redish then edible turmeric. People never used it as a medicine or spice in cooking.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বন-হালধি · অসমীয়া অভিধান