অমৰনাথ
o.mor.nath
অৰ্থ
1.
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
উত্তৰ কাশ্মীৰত অৱস্থিত অমৰনাথ গুহা এখন শিৱস্হান৷ ইয়াক বৰফানি বাবা বুলিও কোৱা হয়৷ কিয়নো ইয়াত জুন, জুলাই আৰু আগস্ট মাহত কৃত্ৰিম বৰফৰ শিৱলিংগৰ উত্পতি হয়৷ ই হিন্দুৰ এখন তীৰ্থস্হান৷
A cave with a Siva dham where artificial "Siva Ling" is made up of ice. It is situated in the northern Kashmir of the Himalayas.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ