← ফুৰি যাওক

দেৱদত্ত

de.bo.dot.to

অৰ্থ

1.

কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে ব্যৱহাৰ কৰা শংখটোৰ নাম। দেৱতাই দিয়া কোনো বস্তু। (মোৰো আছে দেৱদত্ত গাণ্ডিৱ মুঠিত)।

the conch shell used by Arjuna during the Kurukshetra war. An object given by Deva(God).

সংজ্ঞাবাচক বিশেষ্য

2.

দেৱতাই দিয়া, দেৱতাৰ পৰা পোৱা৷

a gift from God.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দেৱদত্ত · অসমীয়া অভিধান