← ফুৰি যাওক

মগজু প্ৰক্ষালন

mo.go.ju pro.khya.lon

অৰ্থ

1.

কাৰোবাক ভালকৈ ভবাৰ সুযোগ নিদয়াকৈ জোৰ বা চলনা কৰি আনৰ কথা মানি লবলৈ বাধ্য কৰোৱা।

the act of forcing somebody to accept your ideas or belief or some new ideas by preventing him/her to think clearly.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মগজু প্ৰক্ষালন · অসমীয়া অভিধান