মুখ-পাত
mukh-pat
অৰ্থ
1.
কোনো লেখাৰ পৰিচয়াত্মক অংশ
Introductory part, esp. of a disclosure or treatise
গুণবাচক বিশেষ্য
2.
কিতাপ বা লেখাৰ আৰম্ভণিতে কৰা পৰিচয়সূচক মন্তব্য।
introductory remarks at the beginning of a book or writing.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ