← ফুৰি যাওক

সৰ্বজ্ঞানী

xor.bo.gya.ni

অৰ্থ

1.

সকলো কথা জনা৷

Having total knowledge; knowing everything

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

সকলো জনা গুণ বা অৰ্হতা।

the faculty of knowing everything.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সৰ্বজ্ঞানী · অসমীয়া অভিধান