← ফুৰি যাওক

চাংকাকতি

sang.ka.ko’’.ti

অৰ্থ

1.

আহোম ৰজাসকলৰ শোৱনি কোঠাত সোমোৱাৰ অধিকাৰ পোৱা এক বিশ্বস্ত বিষয়া। অসমৰ এটা উপাধি বিশেষ।

A trustworthy personal officer of the Ahom kings, having access to kings` bedroom. Now, it is a surname of Assam.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চাংকাকতি · অসমীয়া অভিধান