গণৰাজ্য দিৱস
go.no.ra.jyo di.box
অৰ্থ
1.
জনসাধাৰণৰ আৰু নিৰ্বাচিত প্ৰতিনিধিৰ ওপৰত ক্ষমতা ন্যস্ত কৰা এটা বিশেষ দিন৷ ভাৰতবৰ্ষত ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনা বৃটিচ চৰকাৰৰ হাতৰ পৰা প্ৰথম বাৰৰ বাবে জনসাধাৰণৰ হাতত ক্ষমতা ন্যস্ত কৰা হৈছিল৷
Republic Day is the name of a day in several countries when they first became republics.The Republic Day of India is a national holiday of India to mark the adoption of the Constitution of India and the transition of India from a British Dominion to a republic on January 26, 1950.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ