পেক
pek
অৰ্থ
1.
বালি আৰু বোকাৰ মধ্যৱৰ্ত্তী গুণ বিশিষ্ট অতি মিহি কণা যুক্ত এক গেদজাতীয় বস্তু, সাধাৰণতে নদীয়ে উটুৱাই অনা বোকামাটি।
A sedimentary material consisting of very fine particles intermediate in size between sand and clay
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
নদীৰ পাৰত থকাৰ দৰে তিতা, আঠালতীয়া, কোমল মাটি
Wet, sticky, soft earth, as on the banks of a river.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ