উদ্যান
udyāna
অৰ্থ
1.
বহল মুকলি ঠাই
a field
বি.
2.
গছ, ফুল আদি থকা শুবনী বাৰী; উপবন
a flower- garden
বি.
3.
চৰাই, পছ আদি ৰখা ধেমালিৰ মেৰণি
a park
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
udyāna
বহল মুকলি ঠাই
a field
বি.
গছ, ফুল আদি থকা শুবনী বাৰী; উপবন
a flower- garden
বি.
চৰাই, পছ আদি ৰখা ধেমালিৰ মেৰণি
a park
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ