← ফুৰি যাওক

কুম্ভীলক বৃত্তি

kum.bhi.lok brit.ti

অৰ্থ

1.

আন কাৰোবাৰ লেখা, বা সৃষ্টি কৰা, সুৰ দিয়া আদি কিবা নিজৰ বুলি কৈ নিজৰ নামত চুৰকৈ প্ৰকাশ কৰা৷ ই এটা বিদ্যায়তনিক অপৰাধ৷

an act of plagiarizing i.e. copying another person's ideas,writing or composition and publish it in your name without acknowledging it.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুম্ভীলক বৃত্তি · অসমীয়া অভিধান