← ফুৰি যাওক

বৃকোদৰ

bri.ko`.dor

অৰ্থ

1.

পঞ্চপাণ্ডৱৰ দ্বিতীয় ভ্ৰাতৃ৷ তেওঁৰ দেৱপিতৃ পৱনদেব আৰু মাক কুন্তী৷ তেওঁৰ অতিমানৱীয় শক্তিৰ বাবে জনাজাত৷

the second brother of the Pandavas. He is known for his superhuman physical strength.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ