উদ্ভ্ৰান্তি
udbhrānti
অৰ্থ
1.
উদ্বাউল; যেনে-"চন্দ্ৰ সম জ্বলে অতি চাৰু নখ পান্তি। যাক দেখি মদনৰ চিত্ত উদভ্ৰান্তি" (ৰুক্মিণী-হৰণ)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ