← ফুৰি যাওক

উদ্ভাবক

udbhābaka

অৰ্থ

1.

উৎপন্নকাৰক

producing; generating

বিণ.

2.

নতুনকৈ উলিয়াব পৰা; যেনে-"যাতো তত্ত্ব-পথ- উদ্ভাবক ভগবন্ত" (

বিণ.

3.

য় স্কন্ধ)

inventive

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদ্ভাবক · অসমীয়া অভিধান