ভুৱনমোহন
bhu.bon.mo’.hon
অৰ্থ
1.
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
গোটেই জগতক নিজৰ সৌন্দৰ্য্য আৰু শ্ৰেষ্ঠত্বৰ দ্বাৰা মোহিব পৰা লোক৷
a person who captivating the whole world by beauty or excellence.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ