← ফুৰি যাওক

উদ্দেশ

uddeśa

অৰ্থ

1.

উম্ঘাম্; উবাদিহ; সন্ধান

a clue; something serving as guide or direction

বি.

2.

উদ্দেশ্য; অভিপ্ৰায়; যেনে-"ইসব পূৰ্ব্বক যত বাপৰ উদ্দেশে" (মা. ক. অযোধ্যাকাণ্ড)

intention; object; aim

বি.

3.

(পু. অ.) দেখুবাই দিয়া কাৰ্য্য; লক্ষ্য কৰা; যেনে-"উগ্ৰশ্ৰবা সুতি আছে আগতে উৎসুকে। আঙ্গুলি উদ্দেশে তাক বুলিলন্ত শুকে" (দ্বাদশ স্কন্ধ)

the act of pointing out

বি.

4.

দেখুবাই দি; যেনে-"অগস্তিৰ ভাইৰ ঠাইৰু পন্হ উদ্দেশিল" (মা. ক. অৰণ্যকাণ্ড)

to point out

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ