← ফুৰি যাওক

উদ্গৰণি লগাই, উদ্গিৰণি লগাই

udgaraṇi, lagāi, udgiraṇi, lagāi

অৰ্থ

1.

উগাৰি উগাৰি; টেঁটুৰ গুৰিলৈকে; বাঁতি আহিব লগীয়াকৈ; পেট ওপচাই (খোবা)

by overloading (the stomach); by stuffing

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদ্গৰণি লগাই, উদ্গিৰণি লগাই · অসমীয়া অভিধান