← ফুৰি যাওক

উদি

udi

অৰ্থ

1.

বি, ৰুবলৈ নিয়া পাণ আদিৰ ঠেঙুলি

young offshoot of a creeper intended for planting; a cutting

2.

অনাবৱত; মুকলি; ঢাকনিশূন্য

uncovered; bare

বিণ.

3.

খালি; শূন্য

empty; exhausted

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদি · অসমীয়া অভিধান