← ফুৰি যাওক

উদাসীন

udāsīna

অৰ্থ

1.

সংসাৰৰ বাহিৰত থকা; কেবলীয়া; সংসাৰৰ সুখ ইচ্ছা নকৰা

indifferent to the world or its happiness; living as an ascetic or celibate

বিণ.

2.

ক্ষান্ত; নিবৱত্ত; নাইকিয়া হোবা; যেনে -"কৱষ্ণত নৰ যেবে গৈল লীন। তেবেসে হৰি-নাম উদাসীন" (কীৰ্ত্তন)

ceasing; stopped

বিণ.

3.

নিৰপেক্ষ; কোনোফালে নোযোবা

neutral

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদাসীন · অসমীয়া অভিধান