← ফুৰি যাওক

উদাস

udāsa

অৰ্থ

1.

বিষয়ৰ প্ৰতি বিৰাগ; বৈৰাগ্য

indifference; ascetism

বি.

2.

একো ভাল নলগা; বৈৰাগ্যযুক্ত

indifferent; languid

বিণ.

3.

(পু. অ.) বন্ধনৰপৰা মুক্ত; যেনে-"পাশা খেলি দাস ভৈল গৰ্ব্ব গৈল ভাগি। উদাস কৰিলো মই শকুনিত মাগি" (উদ্যোগ-পৰ্ব্ব)

free from bondage

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ