হিম মানৱ
him ma.nob
অৰ্থ
1.
বৰফেৰে তৈয়াৰী মানুহৰ প্ৰতিকৃতি৷ সাধাৰণতে সৰু ল’ৰা ছোৱালীয়ে ধেমালি কৰিবৰ বাবে বনায়৷
a man like figure that people, especially children, make out of snow for amusement.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
হিমালয়ৰ নেপাল আৰু তিব্বত অঞ্চলত থকা বুলি বিশ্বাস কৰা বান্দৰ-সদৃশ নে ভালুক-সদৃশ প্ৰাণী৷ বন-মানুহ
Abominable Snowman is a common name for the yeti, an ape like animal cryptid said to inhabit the Himalaya region of Nepal and Tibet.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ