উদং
udam
অৰ্থ
1.
মুকলি; বেৰ বা ঢাকন নথকা
open; not covered
বিণ.
2.
আবদ্ধ নথকা; মুক্ত; ৰখীয়া নথকা
free; not restrained
বিণ.
3.
শূন্য; শুদা
empty
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
udam
মুকলি; বেৰ বা ঢাকন নথকা
open; not covered
বিণ.
আবদ্ধ নথকা; মুক্ত; ৰখীয়া নথকা
free; not restrained
বিণ.
শূন্য; শুদা
empty
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ