← ফুৰি যাওক

উথল-পাথল

অৰ্থ

1.

[প্ৰা. উত্থল্ল + পথল্ল] তল-ওপৰ; দল-দোপ হেন্দোল-দোপ; ভোল-পাৰ

act of rolling up and down; great agitation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উথল-পাথল · অসমীয়া অভিধান