মৌ-সৰা
mou-xo.ra
অৰ্থ
1.
যিটো শুনিবলৈ মধুৰ
Sweet sounding or producing melody; something which is pleasant to hear.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
(১)ভঁৰালৰ গছী ধানৰ পৰা আপুনি সৰি পৰা গুটিধান৷(২)মৰণা মৰাৰ পাচত থাকি যোৱা ধান৷
(1)paddy seeds that automatically fall off the stacks in a granary due to extreme ripeness.(2)remnants of paddy grain afterthreshing.
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ