← ফুৰি যাওক

নিগাজীকৈ

ni.ga.ji.koi

অৰ্থ

1.

বহুদিনৰ পৰা কোনো স্থানত স্থায়ীভাৱে থকা৷

In a permanent manner, intended to exist or function for a long period without significant change.

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিগাজীকৈ · অসমীয়া অভিধান