নাৰ্চাৰি
nar.sa.ri
অৰ্থ
1.
গুটিৰ পৰা গছ পুলি কৰি তাক প্ৰতিপালন আৰু বিক্ৰি কৰা প্ৰতিষ্ঠান ৷
A place where plants are grown for sale, transplanting, or experimentation.
গুণবাচক বিশেষ্য
2.
পিতৃ-মাতৃৰ অবৰ্তমানত শিশুক পৰিচৰ্যা কৰা প্ৰতিষ্ঠান ৷
A place for the temporary care of children in the absence of their parents.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ