উৎপাৰ্
utpār
অৰ্থ
1.
নষ্ট কৰ্; ধ্বংস কৰ্; উবাৰ্; উচ্ছন্ন কৰ্; যেনে-"জহনীয়ে দেশ উৎপাৰিলে"
to devastate; to make havoc
সক. ধা.
2.
খানি-কুৰি পেলা; মাটি খানি তল-ওপৰ কৰ্
to dig up
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ