← ফুৰি যাওক

পৰিমাপ

po.ri.map

অৰ্থ

1.

বিস্তৃতি, পৰিসীমা, পৰিমাণ, সামৰ্থ্য আদি কোনো নিৰ্দ্দিষ্ট মানৰ সৈতে তুলনা কৰি নিশ্চিত কৰা কাৰ্য্য

the act of ascertaining the extent, dimensions, quantity, capacity, etc., of, esp. by comparison with a standard

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

মানুহ, জীৱ-জন্তু বা অন্য বস্তুৰ এটা সমষ্টিৰ মতামত (মানুহৰ ক্ষেত্ৰত), আচৰণ আদিৰ বিষয়ে এক অনুসন্ধান, যিটো সাধাৰণতে প্ৰশ্ন সুধি, সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বা জোখমাখ লৈ কৰা হয় ৷

an investigation of the opinions, behaviour, etc. of a particular group of people or animal or any item, which is usually done by asking them questions or meticulous observations and measurements

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পৰিমাপ · অসমীয়া অভিধান